Monday 4 November 2013

দত্তৰ সকাম



দত্তই এবাৰ ডাঙৰকৈ সকাম এটা পাতিলে সকামৰ বাবে খাটি গৰু আৰু 'হৰ দৈ যোগাৰ কৰিলেসকামৰ দিনা দেউৰীয়ে ৰাইজক জলপান বিলোৱাৰ আগে আগে আঠু লৈ দত্তই সবিনয়ে 'লে- "ৰাইজ, গৰু খোৱাই গৰু খাওক, ' খোৱাই ' খাওক"

সেইদিনাৰ পৰা সাত দিনলৈ দত্তহঁতৰ পিছফালৰ খালটো দৈ দৈ গোন্ধাই থাকিল

No comments:

Post a Comment